nangals-women-demand-a-drug-free-village-as

Moga, Punjab

May 31, 2024

ড্ৰাগছশূন্য এখন গাঁৱৰ সপোন দেখা মহিলাসকল...

পাঞ্জাৱৰ মোগা জিলাত হেৰ’ইন আৰু আন একাধিক ড্ৰাগছে যুৱ-প্ৰজন্মক একপ্ৰকাৰ মানসিকভাৱে পংগু কৰি তুলিছে। কেৱল যুৱ-প্ৰজন্মই নহয় প্ৰাপ্তঃবয়স্ক পুৰুষসকলেও এই ড্ৰাগছৰ চিকাৰ হৈ পৰাত মহিলাসকলৰ ওপৰতে ঘৰৰ কাম-কাজৰ লগতে উপাৰ্জন কৰাৰো বোজা আহি পৰিছে। ২০২৪ৰ লোকসভা নিৰ্বাচনত পাঞ্জাৱত সেয়ে পুনৰ নিৰ্বাচনী ইছ্যু হৈ পৰিছে ড্ৰাগছ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।