in-darjeeling-women-porters-carry-the-weight-as

Darjeeling, West Bengal

Mar 22, 2024

দাৰ্জিলিঙত মহিলা কুলিৰ পিঠিত দায়িত্বৰ বোজা

গেছ চিলিণ্ডাৰেই হওক, শাক-পাচলিয়েই হওক অথবা পানী বা অন্যান্য প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী- নেপালৰ পৰা প্ৰব্ৰজিত থামি সম্প্ৰদায়ৰ মহিলাসকলক দাৰ্জিলিঙৰ ওখ-চাপৰ পথত এই সামগ্ৰীবোৰ কঢ়িয়াই থকা দেখা পোৱা যায়৷ পুৰুষ কুলিৰ দৰেই তেওঁলোকেও গধূৰ সামগ্ৰী কঢ়িয়াই নিয়ে যদিও মাননি কিন্তু পুৰুষৰ তুলনাত অতিশয় কম পায়

Student Reporter

Rhea Chhetri

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Rhea Chhetri

ৰিয়া ছেত্ৰীয়ে অলপতে নয়ডাৰ এমিটী বিশ্ববিদ্যালয়ৰ পৰা জনসংযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে৷ তেওঁ দাৰ্জিলিঙৰ বাসিন্দা আৰু ২০২৩ চনত পাৰিৰ সৈতে এটা ইন্টাৰ্ণশ্বিপৰ সময়ত এই প্ৰতিবেদনটো প্ৰস্তুত কৰিছিল।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷