যৌন নিৰ্যাতনৰ বিৰুদ্ধে এগৰাকী মহিলা কনিষ্টবলৰ ন্যায়ৰ যুঁজ
আৰক্ষী জোৱান দামিনীক যেতিয়া তিনিজন লোকে কৰ্মক্ষেত্রত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল, য’ত নেকি তেওঁৰ জ্যেষ্ঠ আৰক্ষী বিষয়াও আছিল, তেওঁ ন্যায় পোৱাৰ পৰিৱৰ্তে তেওঁৰ বিৰুদ্ধে সমস্ত এটা ব্যৱস্থাই বাটভেঁটি ধৰিছিল। ন্যায়ৰ বাবে দামিনীৰ সংগ্ৰামক লৈ এই কাহিনী
২৩ অক্টোবৰ, ২০২৪ | জ্যোতি






