বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।