শালুবায়ে-চকীখন-পালে-ঠিকেই-কিন্তু-মেজখনহে-হেৰুৱালে

Osmanabad, Maharashtra

Aug 31, 2017

শালুবায়ে চকীখন পালে ঠিকেই, কিন্তু মেজখনহে হেৰুৱালে

চকী পঞ্চায়তৰ সভাপতিৰ বাবেহে থাকে। কিন্তু ২০১১ চনত যেতিয়া পাঁচ বছৰৰ কাৰণে শালুবাই কাছবেয়ে তেওঁৰ বয়স ৪৪ বছৰ হৈ থকা সময়ত পঞ্চায়তৰ সভাপতি পদৰ বাবে নিৰ্বাচিত হৈছিল, তেতিয়া তাৰে কেই সপ্তাহমান পিছতে বাঘোলী গাঁৱৰ কেইজনমান যুৱকে পঞ্চায়তত থকা ছত্ৰপতি শিৱাজীৰ বৃহত আবক্ষ মূৰ্তিটো টানি-ধুহি লৈ আহিল। তেওঁলোকে এই সিদ্ধান্ত ল'লে যে মেজত মাত্ৰ এই প্ৰতিমাটোৱেই ৰখা হ'ব।

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Namita Waikar

নমিতা ৱায়কাৰ এগৰাকী লিখক, অনুবাদক আৰু পাৰিৰ ব্যৱস্থাপনা সম্পাদক। তেওঁ এটা ৰসায়ন বিজ্ঞান ডাটাবেছৰ অংশীদাৰ আৰু এগৰাকী জৈৱৰসায়নবিদ তথা চফটৱেৰ প্ৰকল্প প্ৰৱন্ধক হিচাপেও কাম কৰিছে।

Translator

Rashmi Rekha Das

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে