শংকৰীয়াঃ-ন-দশকজুৰি-এজন-বিপ্লৱী

Chennai, Tamil Nadu

Jul 28, 2020

শংকৰীয়াঃ ন দশকজুৰি এজন বিপ্লৱী

আঙুলিৰ মুৰত লেখিবপৰা জীৱিত ভাৰতীয় মুক্তিযুঁজাৰুসকলৰ মাজৰ এজন হৈছে এন. শংকৰীয়া। চেন্নাইত পাৰিৰ সৈতে কথা পাতোতে তেওঁ ইংৰাজৰ বিৰুদ্ধে ৰাজহুৱাকৈ, কাৰাগাৰৰ পৰা আৰু আত্মগোপন কৰি যুঁজাৰ বিস্ময়কৰ কাহিনী কৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।