লাটুৰত-প্ৰাণৰ-শংকাত-প্ৰব্ৰজন

Latur, Maharashtra

Apr 06, 2020

লাটুৰত প্ৰাণৰ শংকাত প্ৰব্ৰজন

যোৱা বছৰ এক নিষেধাজ্ঞাৰ বাবেই সতপুতে পৰিয়ালটোৱে মোগাৰ্গা গাঁৱৰ পৰা লাটুৰ নগৰলৈ যাবলগীয়া হ’ল। তেওঁলোকৰ দৰে মাৰাঠাৱাড়াৰ বহুত দলিতে নিজৰ গাওঁ এৰি গৈছে- নতুনকৈ শিপোৱা বৈষম্যই তেওঁলোকক নিজৰ গাঁৱৰ পৰা অপসাৰিত কৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।