মোৰ-মা-এগৰাকী-নিৰ্ভীক-মহিলা

Chennai, Tamil Nadu

Aug 31, 2018

‘মোৰ মা এগৰাকী নিৰ্ভীক মহিলা’

এটা চেপটিক টেংকত (মলশোধনী) পৰি ঢুকোৱা শ্ৰমিক এগৰাকীৰ পত্নি কে নাগাম্মাই তেওঁৰ দুজনী জীয়ৰী শ্যালা আৰু আনন্ধিক লৈ তেওঁলোকক আক্ষৰিক অৰ্থতে সেই নৰ্দমাতে সীমাবদ্ধ কৰি ৰাখিব বিচৰা সমাজখনৰ বিৰুদ্ধে দিয়া যুঁজখন সুঁৱৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Bhasha Singh

ভাষা সিং এগৰাকী মুক্ত সাংবাদিক আৰু লিখক। মেনুৱেল চাফাইকৰ্মৰ ওপৰত ৰচিত তেওঁৰ 'অদৃশ্য ভাৰত' (হিন্দী ভাষাৰ) নামৰ গ্ৰন্থখন পেংগুইনে 2012 চনত প্ৰকাশ কৰিছে (একেটা বৰ্ষতে ইংৰাজী ভাষাত ‘Unseen’ বুলি প্ৰকাশিত)। তেওঁৰ লিখনীত ঘাইকৈ উত্তৰ ভাৰতৰ কৃষিজাত দুৰৱস্থা, পাৰমাণৱিক প্ৰকল্পকেন্দ্ৰীক ৰাজনীতি তথা বাস্তৱিক স্বৰূপ আৰু দলিত, লিংগীয় আৰু সংখ্যালঘুৰ অধিকাৰ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।