মাৰাঠী-ৰেপ-গীতঃ-কোৱা-কেনেকৈ-কৰোঁ-মই-খেতি

Osmanabad, Maharashtra

Nov 26, 2019

মাৰাঠী ৰেপ গীতঃ ‘কোৱা, কেনেকৈ কৰোঁ মই খেতি’

অজিত শেলকে ওৰফে ‘ৰেপবছ’-এ এই মাৰাঠী ৰেপ গীতটোত মহাৰাষ্ট্ৰৰ কৃষকৰ তীব্ৰ যন্ত্ৰণা ফুটাই তুলিছেঃ ‘মই এতিয়া এটাই বিকল্প দেখিছো, লওঁনে মই চিপজৰী?’

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Rapboss and Chetan Garud Productions

ৰেপবছ আৰু চেতন গৰুড় প্ৰডাক্সনচৰ অইন কাহিনীসমূহ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।