মানুহে-চিনিলেও-মেচিনে-নিচিনে

Bengaluru Urban, Karnataka

Apr 08, 2018

মানুহে চিনিলেও মেচিনে নিচিনে

মেচিনত আঙুলিৰ চাপ নিমিলাৰ বাবে বেংগালুৰুত ভালেমান লোকক ৰেচনৰ পৰা বঞ্চিত কৰা হৈছে। সেই তালিকাত বয়োবৃদ্ধ লোকৰ পৰা আৰম্ভ কৰি প্ৰব্ৰজনকাৰী, দিনহাজিৰা কৰা লোককে ধৰি শিশুও আছে। আধাৰ কাৰ্ডৰ নামত হোৱা নগুৰ-নাগতি হোৱাসকলে যুঁজখনত আধাৰৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।