মহাৰাষ্ট্ৰৰ-মাথেৰানৰ-ঘোৰাৰখীয়াসকল

Raigad, Maharashtra

May 21, 2018

মহাৰাষ্ট্ৰৰ মাথেৰানৰ ঘোৰাৰখীয়াসকল

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এই পাহাৰীয়া পৰ্যটনস্থলীত ৪৬০ গৰাকী ঘোৰাৰখীয়াই পৰ্যটকক ঘোৰাৰ পিঠিত উঠাই প্ৰতিদিনে মাথেৰানৰ ধূলিময় ওখ বাটত ঘোৰাৰ পিছে পিছে খোজকাঢ়ি কিম্বা দৌৰি দৌৰি ২৫ কিলোমিটাৰ পৰ্যন্ত বাট বগায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।