মদ-নবনালে-আমি-মৰি-থাকিম

Jehanabad, Bihar

Jun 07, 2022

‘মদ নবনালে আমি মৰি থাকিম’

ৰাজ্য চৰকাৰে সুৰা প্ৰস্তুত কৰা আৰু বিক্ৰী কৰাটো নিষেধ কৰি থৈছে যদিও দাৰিদ্ৰ্য, সামাজিক কালিমা আৰু কামৰ অভাৱে বিহাৰৰ মুছাহাৰসকলক মহুৱা সুৰা বনাই জীৱিকাৰ বাট মোকলাবলৈ বাধ্য কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ যাদৱ এগৰাকী পাৰি ফেল’ (২০২২)। বিহাৰৰ মুক্ত সাংবাদিক উমেশে উপান্ত শ্ৰৌী বিষয়ক ৰিপ’ৰ্টিং কৰে।

Editor

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।