মই-মোৰ-ঘৰত-থাকিব-বিচাৰো

Bastar, Chhattisgarh

Jan 15, 2020

‘মই মোৰ ঘৰত থাকিব বিচাৰো’

ছত্তীশড়ৰ গণ্ড আদিবাসী সম্প্ৰদায়ৰ গাংগে সোধীয়ে খেতি-বাতি, ৰন্ধা-বঢ়া, বন্য উপজ সামগ্ৰী সংগ্ৰহ কৰা আৰু হাটৰ কাৰণে মহুৱা মদ প্ৰস্তুত কৰা এই সকলো কামতে ব্যস্ত হৈ দিনবোৰ কটায়। ‘পঢ়াশালিৰ বাবে পাৰি’ৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীৰ এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Manasa Kashi and Namitha Muktineni

মনসা কাশি (একাদশ শ্ৰেণী) আৰু নমিতা মুল্টিনেনি (দ্বাদশ শ্ৰেণী) বেংগালুৰুৰ চেণ্টাৰ ফৰ লাৰ্নিঙৰ ১৬ বৰ্ষীয় বিদ্যাৰ্থী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।