ভাৰতৰ-কপাহৰ-পথাৰত-বিপৰ্যয়ৰ-সম্ভাৱনা

Wardha, Maharashtra

Nov 22, 2018

ভাৰতৰ কপাহৰ পথাৰত বিপৰ্যয়ৰ সম্ভাৱনা

ভাৰতৰ কপাহৰ খেতিৰ ৯০ শতাংশ ধ্বংসকাৰী কীটনাশক শক্তিসম্পন্ন বিটি-কটনৰ বীজ ৰোপন কৰা হৈছে যদিও অধিক মাৰাত্মক ৰূপত কীটনাশক প্ৰতিৰোধী ক্ষমতাৰে গুলপীয়া শূৰ পোকে কপাহ খেতি আৰু কপাহৰ খেতিয়কক চৰম বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।