ভাল-সাংবাদিকতাক-এবাৰ-সুযোগ-দি-চাওঁক

Mumbai, Maharashtra

Dec 24, 2021

ভাল সাংবাদিকতাক এবাৰ সুযোগ দি চাওঁক

২০১৪ৰ ২০ ডিচেম্বৰত আৰম্ভ হোৱা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিয়ে আজি সাতোটা বছৰ পাৰ কৰিলে, এই সাতটা বছৰত পাৰি সৎ সাংবাদিকতাৰ দিশে আগবঢ়াৰ প্ৰয়াসত কিমানদূৰ সফল হৈছে তাৰে এক খতিয়ান তলত দাঙি ধৰা হ’ল

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।