ভগ্ন-ধনুঃ-ধনুষকোড়িৰ-বিস্মৃত-লোকসকল

Ramanathapuram, Tamil Nadu

Oct 23, 2022

ভগ্ন ধনুঃ ধনুষকোড়িৰ বিস্মৃত লোকসকল

পঞ্চাশ বছৰ পূৰ্বে তামিলনাডুৰ ধনুষকোড়ি অঞ্চল এক প্ৰচণ্ড ঘূৰ্ণীবতাহৰ দ্বাৰা পৰিত্যক্ত হৈছিল, কিন্তু ৪০০টা মাছমৰীয়া পৰিয়াল এতিয়াও তাত বাস কৰে। ইমান দিন ধৰি তেওঁলোকক কোনেও গ্ৰাহ্যই কৰা নাছিল, কিন্তু এতিয়া তেওঁলোকক পৰ্যটনৰ সম্প্ৰসাৰণত বাধা হিচাপে গণ্য কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Deepti Asthana

দীপ্তি আস্থানা মুম্বাইৰ এগৰাকী মুক্ত আলোকচিত্ৰশিল্পী। তেওঁ গ্ৰামীণ ভাৰতৰ মহিলাৰ সমস্যাৰাজি ভিজুৱেল ষ্ট’ৰিৰ জৰিয়তে তেওঁৰ ‘ভাৰতৰ মহিলা’ প্ৰকল্পৰ যোগেদি দাঙি ধৰিছে।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷