বৃষ্টিকাতৰ-বিদৰ্ভত-তুষাৰ-আৰু-জলোদ্যান

Nagpur, Maharashtra

Apr 12, 2023

বৃষ্টিকাতৰ বিদৰ্ভত তুষাৰ আৰু জলোদ্যান

এই ষ্ট’ৰিটোৰ সাৰাংশ একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত বহুবছৰ ধৰি অন্তৰ্ভুক্ত হৈ আছিল, কিন্তু এন.চি.ই.আৰ.টি. পাঠ্যক্ৰমৰ পৰা শেহতীয়াভাবে ‘যুক্তিযুক্ততা’ৰ নামত একপ্ৰকাৰে সমাজৰ জীয়া ছবিখন মোহাৰি পেলোৱাৰ এক পদক্ষেপত এই সাৰাংশ আঁতৰাই পেলোৱা হৈছে। আচৰিত ধৰণে বাস্তুৱত কেৱল ফান এণ্ড ফুড ভিলেজ এতিয়াও আছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।