বীৰত্বৰ-পৰা-বুৰঞ্জীৰ-সোণালী-আখৰলৈ-হৌচাবাঈ-পাটিল

Sangli, Maharashtra

Sep 25, 2021

বীৰত্বৰ পৰা বুৰঞ্জীৰ সোণালী আখৰলৈ: হৌচাবাঈ পাটিল

জীৱনৰ অন্তিম ক্ষণলৈ ন্যায়ৰ হকে থিয় দিয়া হৌচাবাঈ পাটিল। ৯৫ বছৰ বয়সীয়া আত্মগোপনকাৰী বিপ্লৱী যিয়ে চাতাৰাত ১৯৪৩-৪৬ত বৃটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিছিল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।