বিদ্যুৎশক্তিৰ-নামত-গ্ৰেইট-ইণ্ডিয়ান-বাষ্টাৰ্ডৰ-বলি

Jaisalmer, Rajasthan

Apr 21, 2023

বিদ্যুৎশক্তিৰ নামত গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ডৰ বলি

দুটা বছৰ আগৰ কথা, ২০২১ৰ ১৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে কৈছিল যে এই পৃথিৱীত গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ডৰ একমাত্ৰ বসতিস্থলৰ ওপৰৰে যোৱা উচ্চ বিভৱ পৰিবাহী তাঁৰবোৰ মাটিৰ তলেৰে নিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু বছৰ বাগৰিল, একো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল আৰু শেহতীয়াকৈ ২০২৩ৰ মাৰ্চত ভালেকেইটা দুৰ্ঘটনাত পতিত হৈ এই সংকটাপন্ন প্ৰজাতিৰ চৰাইৰ ধাৰাবাহিক মৃত্যু ঘটিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Photographs

Urja

ঊৰ্জা পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সহকাৰী ভিডিঅ' সম্পাদক। তথ্যচিত্ৰ নিৰ্মাতা হিচাপে তেওঁ শিল্পকলা, জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত আগ্ৰহী। ঊৰ্জাই পাৰিৰ ছচিয়েল মিডিয়া টিমটোৰ লগতো কাম কৰে।

Photographs

Radheshyam Bishnoi

ৰাধেশ্যাম বিষ্ণই ৰাজস্থানৰ পোখৰান টেহচিলৰ ধোলিয়াৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু প্ৰকৃতিবিদ। তেওঁ গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড আৰু অঞ্চলটোত পোৱা অন্যান্য পশু-পক্ষীৰ ওপৰত চকু ৰাখে আৰু চোৰাং চিকাৰ বিৰোধীক কেন্দ্ৰ কৰি সংৰক্ষণ প্ৰচেষ্টাত জড়িত।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।