বানপানীয়ে-আমাৰ-পেটৰ-ভাত-মাৰি-গল

Adilabad, Telangana

Oct 31, 2022

বানপানীয়ে আমাৰ পেটৰ ভাত মাৰি গ’ল

আগষ্ট মাহৰ এজাক মাত্ৰ ধাৰাসাৰ বৰষুণে আদিলাবাদ জিলাৰ গাঁওসমূহত কৰা কপাহৰ খেতি তচনচ কৰি থৈ যায়। সেইসকলৰ বহুতেই আছিল দলিত কৃষক যিয়ে প্ৰথমবাৰৰ বাবে খেতি কৰিছিল। তেওঁলোকৰ কোনো বীমা নাছিল, আছিল মাত্ৰ গধুৰ ঋণৰ বোজা। বৰ্তমান তেওঁলোকে ক্ষতিপূৰণ পোৱাৰ আশাত নিজক ভাগ্যক ধিয়াই বহি থকাৰ বাদে আন কোনো উপায় নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Harinath Rao Nagulavancha

হৰিনাথ ৰাও নাগুলাভাঞ্চা নেমু টেঙাৰ খেতিয়ক আৰু টেলেংগানাৰ নালগোণ্ডা অঞ্চলৰ মুক্ত সাংবাদিক।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Rimjhim Borthakur

ৰিমঝিম বৰঠাকুৰ এগৰাকী মুক্ত লিখক, ব্লগাৰ আৰু অনুবাদক। তেওঁ ইমেইল আইডিঃ [email protected]