বাঘিনী-টি-১ৰ-আক্ৰমণ-আৰু-আতংকৰ-চিনবোৰ

Yavatmal, Maharashtra

Mar 05, 2019

বাঘিনী টি-১ৰ আক্ৰমণ আৰু আতংকৰ চিনবোৰ

টি-১ নামৰ বাঘিনীজনীক ২ নৱেম্বৰত গুলিয়াই হত্যা কৰা হয়। বাঘিনীজনীয়ে যোৱা দুটা বছৰত য়াভাতমালত অতিকমেও ১৩ গৰাকী মানুহৰ প্ৰাণ কাঢ়িছে। তাইৰ আক্ৰমণৰ ভুক্তভোগী কোন, কেনেকৈ তাই আক্ৰমণ কৰিছিল সেই সকলোবোৰ কথা --- বহুতেই কয় তাই হেনো চিকাৰৰ তেজ শুহি খাইছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।