বংগোপসাগৰত-সংকটাপন্ন-মাছমৰীয়াৰ-জীৱিকা

Purba Medinipur, West Bengal

Jun 20, 2022

বংগোপসাগৰত সংকটাপন্ন মাছমৰীয়াৰ জীৱিকা

মাছ ধৰাৰ বতৰত বংগোপসাগৰৰ নিৰ্জন দ্বীপসমূহত শিবিৰ পাতি থকা মাছমৰীয়াসকলে কয় যে মাছৰ অভাৱ, গতিহীন পানী আৰু সঘনাই বৃহৎ ট্ৰলাৰৰ আধিপত্যৰ বাবে তেওঁলোকে এই স্থান এৰিবলগীয়া হ'ব পাৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Neha Simlai

দক্ষিণ এছিয়াত বহনক্ষম পৰিৱেশ আৰু তাৰ সংৰক্ষণৰ ওপৰত কাম কৰা নেহা চিমলাই দিল্লীৰ এগৰাকী পৰামৰ্শদাতা।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷