পুলিচ-ভয়তে-পলাইছিল

Hyderabad, Telangana

Aug 15, 2022

‘পুলিচ ভয়তে পলাইছিল’

কেটেপা আৰু ৰাইফলেৰে সজ্জিত মল্লু স্বৰাজ্যমৰ নেতৃ্ত্বত সশস্ত্ৰ বাহিনীয়ে ১৯৪০ৰ দশকত নিজামৰ ৰক্ষীবাহিনীৰ বিৰুদ্ধে যুঁজ দিছিল। ২০২২ৰ মাৰ্চত তেওঁৰ মৃত্যুৰ আগমুহূৰ্তলৈ এই মুক্তিযুঁজাৰুগৰাকীয়ে অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাই আহিছে

Author

PARI Team

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Team

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।