লেখক অলিভিয়া ৱাৰিঙে সম্প্ৰতি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত মাছাছুছেট্ছ ইনষ্টিটিউট অৱ টেকন’লজিত চিকিৎসাশাস্ত্ৰ আৰু মানৱ কল্যাণ অভিযান্ত্ৰিক (Humanitarian Engineering) শিক্ষা গ্ৰহণ কৰি আছে। আমেৰিকান-ইণ্ডিয়া ফাউণ্ডেচন ক্লিণ্টন ফেলোশ্বিপ লৈ তেওঁ ২০১৬-১৭ত মুম্বাইৰ পাৰিত কাম কৰিছিল।