নীলগিৰিত-জনজাতীয়-মহিলাই-সুৰা-বিক্ৰীৰ-বিৰুদ্ধে-ভোট-দিছে

The Nilgiris, Tamil Nadu

May 31, 2019

নীলগিৰিত জনজাতীয় মহিলাই সুৰা বিক্ৰীৰ বিৰুদ্ধে ভোট দিছে

গুডালুৰ খণ্ডৰ মহিলাই কয় যে সুৰাৰ প্ৰকোপত আৰু ৰাজ্যৰ দ্বাৰা পৰিচালিত সুৰাৰ দোকানে তেঁওলোকৰ পৰিয়ালৰ ভেঁটি উচন কৰিছে। কোনো প্ৰতিনিধিয়ে সমস্যাটোলৈ কাণ দিয়া নাই, কিন্তু তেঁওলোকে এতিয়াও আশা কৰে যে এইবাৰৰ নিৰ্বাচনৰ পিছত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিব

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।