নিৰ্ভেজাল-কাশ্মীৰী-ঊণসূতা-তৈয়াৰ-কৰা-হানলে-উপত্যকাৰ-চাংপাসকল

Leh, Jammu and Kashmir

Sep 03, 2022

নিৰ্ভেজাল কাশ্মীৰী ঊণসূতা তৈয়াৰ কৰা হানলে উপত্যকাৰ চাংপাসকল

লাডাখৰ হানলে উপত্যকাৰ চাংপাসকলৰ জীৱন আজিও যাযাবৰী। সাগৰপৃষ্ঠৰ পৰা অতি উচ্চ ভূমিত অৱস্থিত চাৰণভূমিত বাস কৰা এই লোকসকলৰ পৰিচয় পছমিনা ছাগলী পালক। প্ৰাচীন বিনিময় প্ৰথা এতিয়াও বজাই ৰখা চাংপা লোকসকলৰ। সময়ৰ সোঁতত তেওঁলোকৰ জীৱনশৈলীলৈ আহিছে পৰিৱৰ্তন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Text Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Nibha Rani Roy

নিভা ৰাণী ৰায় গুৱাহাটীৰ এগৰাকী মুক্ত সাংবাদিক আৰু অসমীয়া অনুবাদক। ছপা আৰু বৈদ্যুতিন দুয়োটা মাধ্যমতে ৰায়ে ৰিপ’ৰ্টাৰ আৰু উপ-সম্পাদক হিচাপে এটা দশকৰো অধিক কাল কাম কৰিছে। তেওঁ মহিলা আৰু শিশু, পৰিৱেশ আৰু বন্যপ্ৰাণী, সাহিত্য আৰু সংস্কৃতি বিষয়ত প্ৰতিবেদন লিখে।