নিয়ামগিৰিত-জুইৰ-উম-লৈ

Kalahandi, Odisha

Jul 03, 2018

নিয়ামগিৰিত জুইৰ উম লৈ

উৰিষ্যাৰ নিয়ামগিৰিৰ দাঁতিত ডংগ্ৰীয়া কন্ধসকল এক ৰঙীন উত্সৱৰ বাবে প্ৰতিবছৰে একগোট হয়। কিন্তু খননৰ নিৰন্তৰ ভাবুকিৰ দ্বাৰা প্ৰভাৱিত এই উত্সৱত তেঁওলোকৰ গৃহভূমিৰ সুৰক্ষাৰ আহি পৰা প্ৰয়োজনৰো প্ৰতিফলন ঘটিব ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।