নিলগিৰিৰ-বক্কাপুৰমৰ-পক্ষী-নিৰীক্ষক

Nilgiris, Tamil Nadu

Apr 29, 2023

নিলগিৰিৰ বক্কাপুৰমৰ পক্ষী নিৰীক্ষক

পশ্চিমঘাট পৰ্বতমালাৰ বক্কাপুৰম অঞ্চলত বি. চিদ্দানে সদায় পক্ষী নিৰীক্ষণ কৰি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sushmitha Ramakrishnan

সুস্মিতা ৰামকৃষ্ণন এগৰাকী মাল্টিমেডিয়া সাংবাদিক যিয়ে বিজ্ঞান আৰু পৰিৱেশ সংক্ৰান্ত প্ৰতিবেদন যুগুতায়। তেওঁ পক্ষী নিৰীক্ষণ কৰিও ভাল পায়।

Editor

Vishaka George

বিশাখা জৰ্জে পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে কাম কৰিছিল; তেওঁ জীৱিকা তথা পৰিৱেশ সংক্ৰান্ত সমস্যাক লৈ প্ৰতিবেদন যুগুতাইছে। বিশাখাই ২০১৭ৰ পৰা ২০২৫লৈ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ চলাইছিল আৰু পাৰিৰ প্ৰতিবেদনসমূহ শ্ৰেণীকোঠালৈ নি শিক্ষাৰ্থীক তেওঁলোকৰ আশে-পাশে থকা সমস্যাসমূহ নথিবদ্ধকৰণৰ বাবে পাৰি এডুকেচন গোটটোৰ লগতো কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।