থেলু-মাহাতোৱে-খন্দা-কুৱাঁটো

Puruliya, West Bengal

Apr 10, 2023

থেলু মাহাতোৱে খন্দা কুৱাঁটো

ক্ষীপ্ৰতাৰে অন্তৰ্ধান হৈ অহা ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিয়া প্ৰজন্মৰ শেষ মানুহখিনিৰ এজনে যোৱা সন্ধিয়া অৰ্থাৎ ২০২৩ চনৰ ৬ এপ্ৰিলত পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]