চাকিগছিৰ-সৈতে-সেই-মহিলাগৰাকী--৫-এপ্ৰিল-বুলি-এটা-কবিতা

Ahmedabad, Gujarat

Apr 30, 2020

চাকিগছিৰ সৈতে সেই মহিলাগৰাকী- ৫ এপ্ৰিল বুলি এটা কবিতা

পাঁচ এপ্ৰিলৰ দিনা ন মিনিটৰ বাবে বিজুলীবাতি বন্ধ কৰি চাকি-বন্তি জ্বলোৱা সময়খিনিয়ে বিভিন্ন মানুহৰ জীৱনত বিভিন্ন প্ৰভাৱ পেলাইছে। আহমেদাবাদৰ কবি এগৰাকীৰ মনত এই লৈ এটা কবিতাই দোলা দিছে...

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।