গ্ৰাম্য-অৰ্থনীতিত-মল্লযুঁজ

Kolhapur, Maharashtra

Feb 24, 2020

গ্ৰাম্য অৰ্থনীতিত মল্লযুঁজ

ক্ৰীড়া, ৰাজনীতি আৰু সংস্কৃতিৰ ছেদবিন্দুতে মল্লযুঁজৰ স্থান। কৃষি অৰ্থনীতিত মল্লযুঁজ শিপাই আছে। কৃষিৰ ভাল দিন আহিলেই মহাৰাষ্ট্ৰত দৰ্শকৰ মাজত আলোড়নৰ সৃষ্টি কৰা মল্লযুঁজৰো দিন ভাললৈ আহে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।