গাৰেলপাড়াৰ-বতৰ-ইমান-ভাল-নহয়

Palghar, Maharashtra

Apr 06, 2020

গাৰেলপাড়াৰ বতৰ ইমান ভাল নহয়

অনিশ্চিত বতৰ, পানীৰ সংকট আৰু ব্লাইট (শস্যৰ এবিধ ৰোগ)ৰ উপদ্ৰৱৰ মাজতে পালঘৰ জিলাৰ সৰু ৱাৰ্লি গাওঁখনত থকা মোৰ খুড়া-খুড়ীয়ে সিহঁতৰ পাহাৰীয়া খেতিৰ মাটিত শাক-পাচলিৰ খেতি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে, সেয়া তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উৎস

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mamta Pared

মমতা পাৰেড (১৯৯৮-২০২২) এগৰাকী সাংবাদিক আৰু ২০১৮ৰ পাৰি ফেল’ আছিল। তেওঁ আবাচাহেব গাৰৱাড়ে কলেজ, পুণেৰ পৰা যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ আদিবাসী জীৱন, বিশেষকৈ তেওঁৰ ৱাৰ্লি সম্প্ৰদায়ৰ ওপৰত ৰিপ’ৰ্টিং কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।