গাওঁখন-ভাল-পাওঁ-কিন্তু-তাত-আগৰ-দৰে-প্ৰাণময়তা-নাই

Barwani, Madhya Pradesh

Jan 06, 2020

‘গাওঁখন ভাল পাওঁ, কিন্তু তাত আগৰ দৰে প্ৰাণময়তা নাই’

তিৰাশী বছৰ গৰকা সুখলাল চুলিয়াই মধ্যপ্ৰদেশৰ এসময়ৰ উৰ্বৰ নিজ গাওঁখনৰ কথা সুঁৱৰিছে, তেতিয়া চাইকেল আছিল বিলাসীতা, শস্যৰে পথাৰ উপচি আছিল আৰু মেচিন আছিল বিৰল। বিদ্যালয়ৰ বাবে পাৰিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Nia Chari and Akil Ravi

নিয়া চাৰি আৰু আকিল ৰবি বেংগালুৰুৰ চেণ্টাৰ ফৰ লাৰ্নিঙৰ ৯ম মানৰ ১৩ বৰ্ষীয় শিক্ষাৰ্থী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।