গাঁৱৰ-খেতিয়েই-আমাক-মৃত্যুৰ-গৰাহলৈ-ঠেলি-নিছে

Nashik, Maharashtra

Mar 25, 2019

‘গাঁৱৰ খেতিয়েই আমাক মৃত্যুৰ গৰাহলৈ ঠেলি নিছে’

গোপীনাথ নাইকবাড়ীয়ে এই সপ্তাহত নাচিকৰ পৰা মুম্বাই যাবলগীয়া মিচিল (যিটো এতিয়া স্থগিত কৰা হৈছে) তাতে ভাগ ল’বলৈ তাম্ভোল গাঁৱৰ পৰা আহিছিল৷ ৮৮ বৰ্ষীয় গোপীনাথে ঋণৰ বোজা মুৰত লৈ জলসংকটৰ মাজতে সামান্য পেঞ্চনেৰে জীৱন সংগ্ৰাম চলাই গৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।