গণপতি-যাদৱৰ-ৰোমাঞ্চকৰ-জীৱন

Sangli, Maharashtra

Jul 27, 2021

গণপতি যাদৱৰ ৰোমাঞ্চকৰ জীৱন

তেওঁ একেধাৰে এজন মুক্তিযুঁজাৰু, এজন খেতিয়ক আৰু সাংসাৰিক মানুহ। ৯৭ বছৰ বয়সতো তেওঁ এজন দুৰন্ত চাইকেল আৰোহী। গণপতি বালা যাদৱক মহাৰাষ্ট্ৰৰ চাংলি জিলাত যিকণ সময় লগ পাইছিলো, সেই সময়খিনিয়ে আমাৰ মনবোৰ আৱেগ আৰু প্ৰশান্তিৰে ভৰাই পেলাইছিল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।