কোটাগিৰিৰ-কমাৰশালত-মামৰে-ধৰিছে

The Nilgiris district, Tamil Nadu

Jun 20, 2019

কোটাগিৰিৰ কমাৰশালত মামৰে ধৰিছে

মোহন ৰংগনে ৩০ বিধ লোৰ সঁজুলি সাজিব জানে, কিন্তু নিলগিৰিৰ কোটা আদিবাসী পাৰম্পৰিক কমাৰৰ গ্ৰাহকৰ সংখ্যা তেনেই তাকৰীয়া হৈ পৰাৰ ফলত বছৰটো চলিবলৈ উপাৰ্জনে নোজোৰে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।