কৃষকৰ-হকে-মুখৰ-মুক্তিযুঁজাৰু

Sangli, Maharashtra

Jul 13, 2021

কৃষকৰ হকে মুখৰ মুক্তিযুঁজাৰু

মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ নব্বৈৰ দেওনা পাৰ হোৱা মুক্তিযুঁজাৰু হৌচাবাঈ পাটিল আৰু ৰামচন্দ্ৰ শ্ৰীপতি লাড়ে কৃষি সংকটক লৈ ২১ দিনীয়া বিশেষ সংসদীয় অধিৱেশনৰ বাবে কৃষকৰ দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে, মুক্তিযুঁজাৰুদ্বয়ৰ মুখেৰে সেই কথাখিনি শুনিবলৈ ভিডিঅ’কেইটা চাব পাৰে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Bharat Patil

ভাৰথী পাটিল পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ এগৰাকী স্বেচ্ছাসেৱক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।