কৃষকৰ-প্ৰতিবাদস্থলীত-মটৰমাহৰ-বাকলি-গুচোৱা-হৰফটেহ-সিং

Alwar, Rajasthan

Mar 11, 2021

কৃষকৰ প্ৰতিবাদস্থলীত মটৰমাহৰ বাকলি গুচোৱা হৰফটেহ সিং

ৰাজস্থান-হাৰিয়ানা সীমান্ততএজন কনিষ্ঠতম প্ৰতিবাদকাৰীয়ে ১০০ জন মানুহৰ বাবে আলু-মটৰৰ ব্যঞ্জন ৰন্ধাৰ বাবে সাজু হোৱা তেওঁৰ পৰিয়ালক সহায় কৰাৰ বাবে আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি [email protected]