কাথাফাৰত-বনৰীয়া-হাতীৰ-নিনাদ

Nuapada, Odisha

Mar 03, 2023

কাঠফাৰত বনৰীয়া হাতীৰ নিনাদ

ওড়িশাৰ চুনাবেড়া বন্যপ্ৰাণী অভয়াৰণ্যৰ বাঁহগছবোৰে ভোকাতুৰ হাতীক আকৰ্ষিত কৰে, হাতীবোৰ বছৰত দুবাৰ আহে। এই পথটো বুধুৰাম আৰু সুলক্ষ্মী চিন্দাৰ দৰে আদিবাসী কৃষকসকলে অহা-যোৱা কৰা বাটতে পৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ajit Panda

অজিত পাণ্ডা ওড়িশাৰ খেৰিয়াৰ চহৰৰ বাসিন্দা। তেওঁ ‘দা পায়নিয়াৰ’ৰ ভুৱনেশ্বৰ সংস্কৰণৰ নুৱাপাৰা জিলাৰ প্ৰতিবেদক। বহনক্ষম কৃষি, আদিবাসীসকলৰ ভূমি আৰু বন অধিকাৰ, লোকগীত আৰু লোক উৎসৱ আদিৰ ওপৰত বিভিন্ন কাকত-আলোচনীত তেওঁৰ ভালেমান লিখনী প্ৰকাশ পাইছে।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷