ওচমানাবাদৰ-খেলপথাৰত-ভাইৰাছৰ-ছল-চাতুৰি

Osmanabad, Maharashtra

Dec 30, 2021

ওচমানাবাদৰ খেলপথাৰত ভাইৰাছৰ ছল-চাতুৰি

গ্ৰামীণ মহাৰাষ্ট্ৰত বিশ্ব মহামাৰীয়ে বহু খেলুৱৈক মল্লযুঁজ আৰু খো খো খেলৰ সপোন এৰি উপাৰ্জনৰ বাট বিচাৰিবলৈ বাধ্য কৰাইছে, ফলত ৰুশিকেশ ঘাড়গেৰ দৰে খেলুৱৈৰ আশা-আকাংক্ষা অনিশ্চয়তাৰ অন্ধকাৰত ডুবিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।