এলিফেণ্টা-দ্বীপৰ-অন্তিমজন-শিক্ষাৰ্থী

Mumbai Suburban, Maharashtra

Apr 04, 2022

এলিফেণ্টা দ্বীপৰ অন্তিমজন শিক্ষাৰ্থী

জৰাজীৰ্ণ আন্তঃগাঁথনি, আওকনীয়া শিক্ষক আৰু বিভিন্ন অসুবিধাৰ কাৰণে মুম্বাই উপকূলৰ ঘাড়াপুৰি গাঁৱৰ অভিভাৱকসকলে নিজৰ সন্তানক মূল ভূভাগৰ আন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈ পৰিছে আৰু এই মাহতে দ্বীপটোৰ একমাত্ৰ স্কুলখন বন্ধ হ’ব

Author

Aakanksha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aakanksha

আকাংক্ষা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক আৰু আলোকচিত্ৰশিল্পী। পাৰিৰ শিক্ষা গোটটোৰ সৈতে সমল সম্পাদক হিচাপে তেওঁ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক চৌপাশৰ বিষয়ে লিখিবলৈ প্ৰশিক্ষণ দিয়ে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।