এশ এক কি চাৰি বছৰমান বয়সৰ ভৱানী মাহাতোয়ে স্বাধীনতা সংগ্ৰামত তেওঁৰ কোনো ভূমিকা নাই বুলিয়েই আমাক কৈছিল। কিন্তু পশ্চিমবংগৰ পুৰুলিয়া জিলাত আমি তেওঁৰ সৈতে কথা পাতি এক সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পালো আৰু স্বাধীনতা সংগ্ৰামত তেওঁৰ বলিদানৰ কথা জানি আশ্চৰ্য্যচকিত হৈ পৰিলো