এজন-দলিতে-যেতিয়া-আদালতলৈ-যায়-১

Dholpur, Rajasthan

Jun 01, 2018

এজন দলিতে যেতিয়া আদালতলৈ যায়-১

দলিত এজনে ন্যায় বিচাৰি আদালতলৈ গ'লে কি ঘটে? প্ৰায়ভাগ ক্ষেত্ৰতে সংগ্ৰাম চলি থাকে, অথবা অভিযুক্তৰ অভিযোগনামা অপৰাধ সংঘটিত কৰাৰ বছৰ বছৰ পিছতহে প্ৰস্তুত কৰা হয়। এই দুটা খণ্ডৰ ঘটনাক্ৰম প্ৰায় ২০ বছৰ আগৰ, কিন্তু সম্প্ৰতি এচচি আৰু এচটি (আতিশায্য প্ৰতিৰোধ) আইনখনৰ শেহতীয়া লঘুকৰণক লৈ চলা দেশজোৰা প্ৰতিবাদে সেই বিষয়টোকে অতিকৈ প্ৰাসংগিক আৰু সময়োপযোগী কৰি তুলিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।