এগৰাকী-সফল-মহিলাৰ-আঁৰত-আছে-আৰু-বহু-মহিলা

Bageshwar, Uttarakhand

Nov 22, 2018

এগৰাকী সফল মহিলাৰ আঁৰত আছে আৰু বহু মহিলা

চেমনীয়া কালতে বৈধব্যক আকোৱালি লোৱা আৰু নিয়মীয়াকৈ অধ্যয়ন কৰিবলৈ সক্ষম নোহোৱা বাসন্তী সামন্ত কুমায়ুনৰ কৌশানি গাঁৱৰ এগৰাকী দৃঢ় নেত্ৰী। তেঁওৰ নেতৃত্বতে কোলী নদীক ৰক্ষা কৰিবলৈ মহিলাসকলক ঐক্যবদ্ধ হৈছে। তদুপৰি অৰণ্য সংৰক্ষণ আৰু মহিলাৰ বিৰুদ্ধে চলি অহা বৈষম্যমূলক দুৰ্ব্যৱহাৰ প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টাও মহিলাসকলক লৈ বাসন্তী সামন্তই চলাই গৈছে।

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Apekshita Varshney

অপেক্ষিতা বাৰ্ছনে’ মুম্বাইৰ এগৰকী স্বতন্ত্ৰ লেখিকা।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।