উৰি-অহা-ধূলি-চালৰ-খজুৱতি-ঘামত-তিতি-থকা-মুখৰ-মাস্ক

Nalgonda, Telangana

Dec 04, 2020

উৰি অহা ধূলি, চালৰ খজুৱতি, ঘামত তিতি থকা মুখৰ মাস্ক

আপুনি যদি সামগ্ৰী সংগ্ৰহ কৰা কেন্দ্ৰ এটাৰ শ্ৰমিক, তেন্তে সামাজিক দূৰত্ব পালন কৰাৰ নিয়ম কেনেকৈ ৰক্ষা কৰিব? তেলাংগনাৰ নালগোণ্ডা জিলাৰ এই মানুহবিলাকৰ দৰে এক মিনিটত ২১৩ কিলোগ্ৰাম ধান থান-থিত লগাবলৈ ইজনৰ গাত সিজন লাগি থাকি একেলগে কাম কৰিবলগীয়া হয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Harinath Rao Nagulavancha

হৰিনাথ ৰাও নাগুলাভাঞ্চা নেমু টেঙাৰ খেতিয়ক আৰু টেলেংগানাৰ নালগোণ্ডা অঞ্চলৰ মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]