উপত্যকাটোত-অন্য-এক-অপসাৰণ

Srinagar, Jammu and Kashmir

Mar 27, 2020

উপত্যকাটোত অন্য এক অপসাৰণ

ড্ৰাগছ সেৱনৰ অভ্যাস গঢ়ি উঠা আজলানক পিতৃ-মাতৃয়ে শ্ৰীনগৰত থকা নিচামুক্তি কেন্দ্ৰলৈ লৈ যায়। দিনে দিনে বৃৃদ্ধি পোৱা ড্ৰাগছ আসক্ত যুৱকসকলে ইয়াত সহায় বিচাৰি আহে, কিয়নো হিৰ’ইন নামৰ ড্ৰাগছবিধৰ সেৱন কাশ্মীৰত ‘মহামাৰীৰ দৰে’ বিয়পিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shafaq Shah

শ্বফাক শ্বাহ শ্ৰীনগৰৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।