আমাৰ-পেটৰ-ভোক-গুচোৱাৰ-উপায়-দিয়ক

Palghar, Maharashtra

Jan 06, 2020

‘আমাৰ পেটৰ ভোক গুচোৱাৰ উপায় দিয়ক’

পালঘৰ জিলাৰ বত্যাচি ৱাড়ি চুবুৰীৰ কাটকাৰি আদিবাসী লোকসকলৰ বাবে শিক্ষা এক দুৰণিৰ সপোন। খাদ্যৰ নাটনি আৰু ঋণৰ বোজা ৰুঢ় বাস্তৱ। পৰিস্থিতিৰ দাস হৈ পৰা এইসকল লোকে ইটাৰ ভাটাত কাম কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি কৰা প্ৰব্ৰজন নিত্য-নৈমিত্তিক কথা হৈ পৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mamta Pared

মমতা পাৰেড (১৯৯৮-২০২২) এগৰাকী সাংবাদিক আৰু ২০১৮ৰ পাৰি ফেল’ আছিল। তেওঁ আবাচাহেব গাৰৱাড়ে কলেজ, পুণেৰ পৰা যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ আদিবাসী জীৱন, বিশেষকৈ তেওঁৰ ৱাৰ্লি সম্প্ৰদায়ৰ ওপৰত ৰিপ’ৰ্টিং কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।