অৰে-পালহেৰিঃ-দলংখন-ভগা-আৰু-আশাহত-গঞা

Thane, Maharashtra

Dec 30, 2019

অ'ৰে পালহেৰিঃ দলংখন ভগা আৰু আশাহত গঞা

মহাৰাষ্ট্ৰৰ চাহাপুৰ তালুকৰ দুৰণিবটীয়া চুবুৰী এটাৰ একমাত্ৰ দলংখন ২০০৫ চনৰ বাৰিষাৰ দিনত খহি গৈছিল, তেতিয়াৰে পৰা সেই ঠাইৰ নিবাসীয়ে বিদ্যালয়লৈ, কামলৈ, দৰৱ-পাতি আনিবলৈ আৰু বজাৰ-সমাৰ কৰিবলৈ পিছল দেৱাল এখনৰ ওপৰৰে যাতায়ত কৰিবলগীয়া হয়

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।