অত্যাৱশ্যকীয়-সেৱা-বিসৰ্জনযোগ্য-জীৱন

Mumbai Suburban, Maharashtra

Apr 20, 2020

অত্যাৱশ্যকীয় সেৱা, বিসৰ্জনযোগ্য জীৱন

ক’ভিড-19ৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজৰ প্ৰথম শাৰীত থকা মুম্বাইৰ চাফাই কৰ্মচাৰীসকলৰ কাহিনী এয়া। মজুৰীৰ ক্ষেত্ৰত বিলম্ব আৰু বীজাণুৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ মাত্ৰ সামান্য ব্যৱস্থাৰ স্বত্তেও তেওঁলোকে মাহুল এলেকাৰ বিষাক্ত বায়ু সেৱন কৰি চাফাইৰ কাম অব্যাহত ৰাখিছে

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।